← ফুৰি যাওক

বিজতুৱা

bi.jo.tuwa

অৰ্থ

1.

উল্লেখিত দেশখনত বাজে অন্য দেশৰ, অন্য দেশৰ পৰা অহা বা অন্য দেশীয় গুণ-সম্পন্ন

Of, characteristic of, or from a place or country other than the one being considered

প্ৰকৃত বিশেষণ

2.

বেয়া সঁচ/বিধানৰ পৰা উত্পন্ন হোৱা ৷

Originated or developed from bad origin.

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ