কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চৌৰাঙ্গcaurāṅgaAdjective
নৰিয়া বা পৰিশ্ৰমৰ কাৰণে হাত ভৰি চলাৰ নোবৰা হৈ থকা
unable to move about; prostrated
- চৌৰাঙ্গীcaurāṅgīAdjective
নৰিয়া বা পৰিশ্ৰমৰ কাৰণে হাত ভৰি চলাৰ নোবৰা হৈ থকা
unable to move about; prostrated
- চ্যুতsyu.toProper Adj.
মাধ্যাকৰ্ষণ শক্তিৰ বাবে পৰি যোৱা ৷
Having dropped by the force of gravity.
- চ্যূতcyūtaAdjective
পতিত; '
fallen
- চৰকাৰীAdjective
গভৰ্ণমেণ্ট-সম্বন্ধীয়
belonging or pertaining to government
- চৰণিcaraṇiAdjective
গৰু আদি চৰোবা (ঠাই)
grazing
- চৰণীয়াcaraṇīẏāAdjective
গৰু আদি চৰোবা (ঠাই)
grazing
- চৰবাসীsor.ba.xiProper Adj.
নৈৰ চৰ-চাপৰিত বাস কৰা
inhabiting the high sand-bank of a river
- চৰমcaramaNoun
শেষকাল; জীবনৰ শেষ সময়
the last part of life; the last
- চৰাcarāTransitive verb
এটা ধাতুৰ ওপৰত আন ধাতুৰ পানী লগাই ঢাক্; এটা ধাতুৰ পানী আন এটা বস্ত্তৰ ওপৰত লগা; য়েনে-"তামত ৰূপ চৰালে"
to cover with melted metal; to gild
- চৰাই-কণীয়াcarāi-kaṇīẏāAdjective
পহু-কণীয়া; প্ৰবল শ্ৰবণ-শক্তি-যুক্ত; অলপীয়া শব্দকে বহুত দূৰৰপৰা শুনিব পৰা
having strong power of hearing
- চৰাচৰcarācaraNoun
স্হাবৰ-জঙ্গম আদিৰে সমুদায় জগত; গোটেই জগতখন
the whole world
- চৰিতাৰ্থcaritārthaAdjective
বাঞ্ছা সিদ্ধ হোবা; কৱতাৰ্থ; ধন্য
blessed; successful
- চৰিত্ৰগতso.ri.tro.go.toProper Adj.
চৰিত্ৰ সম্বন্ধীয় বা নৈতিক চৰিত্ৰৰ সৈতে জড়িত
of or relating to one`s moral character
- চৰিত্ৰবানAdjective
ভাল স্বভাব থকা
having a good character
- চৰিত্ৰৱানso.ri.tro.banProper Adj.
সৎ স্বভাৱৰ বা ভাল প্ৰকৃতিযুক্ত
bearing a good moral character
- চৰিষ্ণুso.ris.nuProper Adj.
গৈ থকা বা সলনি হৈ থকা
something moving or changing.
- চৰীয়াcarīẏāAdjective
নৈৰ চৰত থকা; চাপৰিয়াল
inhabiting the high sand-bank of a river
- চৰুৱাso.ru.waProper Adj.
নৈৰ চৰ-চাপৰিত বাস কৰা
inhabiting the high sand-bank of a river
- চৰ্চিতsor.sitProper Adj.
যাৰ আলোচনা বা চৰ্চা হৈ গৈছে ৷
Something that has already been talked off.