চৰা
carā
অৰ্থ
1.
এটা ধাতুৰ ওপৰত আন ধাতুৰ পানী লগাই ঢাক্; এটা ধাতুৰ পানী আন এটা বস্ত্তৰ ওপৰত লগা; য়েনে-"তামত ৰূপ চৰালে"
to cover with melted metal; to gild
সক. ধা.
2.
ওখ
high
বিণ.
3.
বঢ়া
excelling others
বিণ.
4.
চৰ মাৰ্; চৰিয়া; . কৱদ
to slap on the cheek
সক. ধা.
5.
ঘাঁহ খুবা; পথাৰত মেলি ঘাঁহ খাবলৈ দি; . কৱদ
to cause to graze, as cattle; to tend
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ