চৌৰাঙ্গ
caurāṅga
অৰ্থ
1.
নৰিয়া বা পৰিশ্ৰমৰ কাৰণে হাত ভৰি চলাৰ নোবৰা হৈ থকা
unable to move about; prostrated
বিণ.
সমাৰ্থক শব্দ
2.
হাত-ভৰি কটা; যেনে-"চৌৰাঙ্গী শৰীৰে ৰাঘবক যাই ধায়া" (মা. ক. লঙ্কাকাণ্ড)
having the limbs cut off
বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ