কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিবাদ কৰbi.bad korVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- বিবাহ-বহিৰ্ভুতVerbal Adj.
(বিশেষকৈ যৌন সম্পৰ্ক সম্বন্ধীয়) বিয়া নোহোৱাকৈ ঘটা বা হোৱা
(especially of sexual relations) occurring outside marriage
- বিবুদ্ধিত পেলাbi.bud.dhit pe.laVerb-Intran.
সময়, স্থান বা ব্যক্তি সাপেক্ষে খেলি-মেলি লাগ৷
Become impaired orientation with respect to time, place, or person; a disturbed mental state
- বিবুধিত পেলাbi.bu.dhit pe.laVerb-Trans.
জানি বুজি কাৰোবাক শলঠেকত পেলোৱা যাতে থতমত খাই কি কব (লাগে), ঠিৰাং কৰিব নোৱাৰে৷
to confuse, puzzle somebody so that they cannot answer or do not know what to say.
- বিবুধিত পৰ্bi.bu.dhit porVerb-Intran.
হঠাতে কোনো বিপদৰ সন্মুখীন হ।
to enter suddenly into a difficult situation.
- বিবেচনা কৰ্bi.be.so.na korVerb-Trans.
কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ অৰ্থে সতৰ্কতাৰে চিন্তা কৰা
to think carefully about, esp. in order to make a decision
- বিবেচিতbi.be.sitVerbal Adj.
taken into account for some purpose
- বিবৰ্bibarTransitive verb
বহলাই বা ভাঙি পাতি ক।
- বিবৰ্ধনbi.bor.dhonVerbal Noun
কোনো আলোকীয় সজুলিৰ সহায়ত কোনো দৃশ্য ডাঙৰকৈ দেখা পৰিঘটনা৷
The degree to which the viewed object is enlarged
- বিবৰ্ধন কৰbi.bor.dhon korVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- বিভক্ত কৰ্bi.bhok.to korVerb-Trans.
কোনো বস্তু এটাৰ বহুকেইটা অংশ তৈয়াৰ কৰ্
to make various parts from a single unit of things
- বিভগাTransitive verb
পৱথক বা ভাগ কৰ্
to separate or divide
- বিভগেbi.bho.geAdverb
Distinctly different parts or units
- বিভঙ্গেAdverb
(পু. অ.) ছেদেলি-ভেদেলি হৈ
being routed or dispersed
- বিভঞ্জ্bibhañjIntransitive verb
ভাগ কৰ্; যেনে-"বিভঞ্জিয়া খাওঁ আসা খণ্ড খণ্ড কৰি" (মা. ক., সুন্দৰাকাণ্ড)।
- বিভাগbibhāgaNoun
ভাগ কৰা কাৰ্য্য; পৈতৱক বস্ত্ত ভগোবা কাৰ্য্য
partition, especially of ancestral property
- বিভাগেAdverb
বেলেগে বেলেগ; ভাগে ভাগে
separte by part or division
- বিভাজন কৰ্bi.bha.jon korVerb-Trans.
গাণিতিক পদ্ধতিৰে এটা সংখ্যাক ভাঙি বা ভাগ কৰি সমান সমান অংশত পৰিণত কৰা
to break, divide or split a numerical into equal parts using a mathematical function
- বিভাজিতbi.bha.ji.toVerbal Adj.
দুই বা ততোধিক ভাগত যাক ভাগ কৰা হৈছে
seperated into two or more parts
- বিভূষিত কৰ্bi.bhu.xi.to korVerb-Trans.
অলংকাৰ খটুৱাই সুন্দৰ কৰি তোল্।
To make beautiful, as by ornamentation; decorate. To add ornamental or fictitious details to.