বিভাগ
bibhāga
অৰ্থ
1.
ভাগ কৰা কাৰ্য্য; পৈতৱক বস্ত্ত ভগোবা কাৰ্য্য
partition, especially of ancestral property
বি.
2.
ভাগৰ অংশ; সৰু ভাগ
a sub- division
বি.
3.
বিষয়; ভাগ পাতি লোবা কামৰ এভাগ; যেনে-শিক্ষাবিভাগ
a department
বি.
4.
ভাগ কৰ্ (পু. অ.); যেনে-"তাতে তিনি লোক বিভাগিল মহাযশী" (তৱতীয় স্কন্ধ); বিণ. বিভাগীয় বেলেগ; পৱথক
separate
সক. ধা.
5.
এক বিভাগৰ
belonging to a small division or to a department
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ