বিভাজিত
bi.bha.ji.to
অৰ্থ
1.
দুই বা ততোধিক ভাগত যাক ভাগ কৰা হৈছে
seperated into two or more parts
কৃদন্ত বিশেষণ
সমাৰ্থক শব্দ
2.
ভাগি-ছিগি যোৱা অথবা থান-বান হোৱা।
separated into parts or lost intactness or solidness.
কৃদন্ত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ