← ফুৰি যাওক

বিভঞ্জ্

bibhañj

অৰ্থ

1.

ভাগ কৰ্; যেনে-"বিভঞ্জিয়া খাওঁ আসা খণ্ড খণ্ড কৰি" (মা. ক., সুন্দৰাকাণ্ড)।

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিভঞ্জ্ · অসমীয়া অভিধান