কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অভিবন্দনাo.bhi.bon.do.naVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- অভিবাদন জনাVerb-Trans.
শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ পোনকৈ ঠিয় হৈ কপালত সোঁহাতৰ তলুৱাখন ৰাখি দেখুৱা এক বিশেষ ব্যৱহাৰ
To give a gesture of homage and respect, usually placing one palm near the forehead in an attention position, esp. used in armed forces
- অভিব্যাপ্তo.bhi.byap.toAdverb
বহু ঠাই জুৰি বিয়পি থকা |
Extended to a very long distance.
- অভিমত দেo.bhi.mot deVerb-Trans.
কোনো বিষয়ৰ সম্পৰ্কে মত ব্যক্ত কৰ্
To give one's judgement on something
- অভিমুখীAdjective; Adverb
অভিমুখে ফালে; দিশে; পিনে
towards
- অভিযুক্তিo.bhi.juk.toVerbal Noun
পদকীয়াৰ অপৰাধমূলক আচৰণৰ বিপক্ষে আইনী প্ৰক্ৰিয়া চলোৱা কাৰ্য্য।
the institution and conduct of legal proceedings against a defendant for criminal behavior.
- অভিযোগ কৰ্o.bhi.jo`g korVerb-Trans.
to claim that someone has done wrong without proof.
- অভিযোজনাo.bhi.jo`.jo.naVerbal Noun
পদকীয়াৰ অপৰাধমূলক আচৰণৰ বিপক্ষে আইনী প্ৰক্ৰিয়া চলোৱা কাৰ্য্য।
the institution and conduct of legal proceedings against a defendant for criminal behavior.
- অভিযোজীo.bhi.jo`.jiVerbal Adj.
বিভিন্ন পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ল’ব পৰা
able to adjust oneself readily to different conditions
- অভিশাপ দেo.bhi.xap deVerb-Trans.
লোকৰ অমঙ্গল কামনা বা চিন্তা কৰ্
to wish or invoke evil, calamity, injury, or destruction upon
- অভিসন্ধি কৰ্o.bhi.xon.dhi korVerb-Trans.
কাৰোবাৰ ক্ষতি কৰিবলৈ কৰা পৰিকল্পনা
to conspire to do something bad or cause harm to somebody
- অভিহিত কৰ্o.bhi.hit korVerb-Trans.
আনুষ্ঠানিক ভাৱে কোনো পদবী বা খিতাপ দে
to officially assign to a position.
- অভিহিত কৰ্Verb-Trans.
পূৰ্বতে থকা বস্তু বা ঘটি যোৱা ঘটনা আদিক সংক্ষিপ্ত ৰূপত উদ্ধৃতি দিয়া ৷
Give reference to something already existing means.
- অভিৰক্ষিতVerbal Adj.
যাক ভালকৈ প্ৰতিপালন কৰা হৈছে
well-cared, kept under good care
- অভিৰোচনo.bhi.ro`.sonVerbal Noun
কোনো বিষয়ৰ প্ৰতি ৰুচি বঢ়োৱা কাৰ্য্য
the act of motivating or rousing interest
- অভিৱহনVerbal Noun
বায়ুমণ্ডল বা সাগৰত জুলীয়া পদাৰ্থৰ জৰিয়তে হোৱা তাপৰ প্ৰবাহ
the movement of heat by the flow of a fluid in the atmosphere or the sea
- অভ্যসনo.bhyo.xonVerbal Noun
পাৰদৰ্শিতা বঢ়াবৰ কাৰণে একেটা কামকে বাৰে-বাৰে কৰা।
repeat a work to improve skill.
- অভ্যাস কৰ্obhyax korVerb-Trans.
ৰাজহুৱা পৰিবৰ্শণৰ পূৰ্বে নাটক, সংগীত আদি বাৰে বাৰে অনুশীলন কৰা৷
Practice a play, music etc. for later public performance
- অভ্যাস হo.bhyax hoVerb-Intran.
কোনো কাম ভালকৈ কৰিব পৰা হ
to be acquianted or habituated to do certain work
- অভ্যাসগতভাৱেAdverb
অভ্যাস অনুসৰি, বা সাধাৰণতে কৰি থকা ধৰণে
as a habit, or an established manner of doing or acting