অভ্যাস কৰ্
obhyax kor
অৰ্থ
1.
ৰাজহুৱা পৰিবৰ্শণৰ পূৰ্বে নাটক, সংগীত আদি বাৰে বাৰে অনুশীলন কৰা৷
Practice a play, music etc. for later public performance
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
পৰিশীলন কৰ্ বা নিজকে অভ্যস্ত কৰ্
accustom, make habit
অকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ