অভিহিত কৰ্
o.bhi.hit kor
অৰ্থ
1.
আনুষ্ঠানিক ভাৱে কোনো পদবী বা খিতাপ দে
to officially assign to a position.
সকৰ্মক ধাতু
2.
কিহবাক নাম দে বা (কিবা এটা) বুলি ক; কামটো সকলোৱে বেয়া বুলি অভিহিত কৰিলে বা বেয়া বুলিলে।
To call or name something, (like term it as inhuman)
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ