কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হাৰhāraNoun
সোণৰ বা হীৰা-মুকুতা আদিৰ মালা-মণি
a necklace made of gold or other precious metal
- হাৰ-গোঁথনিhāra-gom̐thaniNoun
সোণৰ ধৰীয়া মণি আদিৰ দৰে দিয়া এবিধ চেলা- গোঁথনি
a particular pattern of plaiting of several strands
- হাৰ-ভাগীhāra-bhāgīNoun
হাপতা মাছৰ সদৱশ এবিধ সৰু মাছ কিন্ত্ত ইয়াৰ গাটো দীঘলীয়া আৰু গাত বাকলি নাই
a kind of small fish
- হাৰকhārakaNoun
হৰণ কৰোঁতা; গুচাওঁতা; যেনে-"দুখ-হাৰক"
a remover
- হাৰণNoun
কৱদ.
- হাৰমতীhar.mo.tiProper Noun
অসমৰ লখিমপুৰ জিলাৰ এখন উল্লেখযোগ্য ঠাই৷
An important place of Lakhimpur district of Assam
- হাৰমালhāramālaNoun
গলগ্ৰহ;এৰাব নোবৰা কাৰ্য্য বা লেঠা
something burdensome and unavaoidabie
- হাৰম’নিয়ামhar.mo’’.ni.yamMaterial Noun
ভিতৰত বায়ু প্ৰৱেশ কৰাই কী-বৰ্ডৰ সহায়ত আঙুলিৰ দ্বাৰা বজোৱা এবিধ বাদ্যযন্ত্ৰ৷
An organlike keyboard instrument that produces tones with free metal reeds actuated by air forced from a bellows.
- হাৰলিhāraliNoun
মাধব বিহুত পুৰিবলৈ গোটোবা খৰিৰ দ'ম; মেজি
a stack of wood burnt at Māgha bihu, i.e., when the earth reaches the winter solstice
- হাৰলি ঘৰha.ro.li ghorMaterial Noun
মাঘৰ বিহুৰ উৰুকা নিশা মুকলি ঠাই, পথাৰ বা নদীৰ পাৰত ভোজ-ভাত খাবলৈ খেৰ, নৰা, কল-ঠৰুৱা আদিৰে সজা অস্থায়ী ঘৰ ৷
a temporary hut of straw, driedplantain leaves etc.made by youths forfeasting on the night before Magha Bihu.
- হাৰাংগাজাওha.rang.ga.jao`Proper Noun
ডিমা হাছাও জিলাৰ উল্লেখযোগ্য স্থান৷
An important place of Dima Hachao district of Assam.
- হাৰামজাদাhārāmajādāNoun
নীহৰ সন্তান; দুষ্ট
a wicked person
- হাৰামীhārāmīAdjective
অসৎ; দুষ্ট
dishonest; wicked
- হাৰাশাস্তিha.ra.xas.tiAbstract Noun
কোনো লোকক অহৰহ অশান্তি দিয়া কাৰ্য্য।
the act or an instance of harassing, or disturbing, pestering, or troubling repeatedly.
- হাৰাৰেha.ra.reProper Noun
জিম্বাবুৱেৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ৷
Harare is the capital and most populous city of Zimbabwe. Situated in the north-east of the country in the heart of historic Mashonaland, the city has an estimated population of 1,606,000, with 2,800,000 in its metropolitan area
- হাৰিhāriNoun
অসমৰ এটা জাতি
a sub-caste in Assam
- হাৰিকেনha.ri.kenMaterial Noun
কোনো মানৱসৃষ্ট পোহৰৰ উত্স
a man-made source of light
- হাৰিয়নিNoun
জঙ্ঘল; বননি
jungle; a place full of grass
- হাৰিয়ানাha.ri.ya.naProper Noun
উত্তৰ ভাৰতৰ এখন প্ৰদেশ
Haryana is a state in north India with its capital at Chandigarh. It came into existence on 1 November 1966 as a newly created state carved out of the Indian Punjab state on the basis of language.
- হাৰুবা-কপৌhārubā-kapauNoun
এজাতি ডাঙৰ কপৌ।