← ফুৰি যাওক

হাৰলি

hārali

অৰ্থ

1.

মাধব বিহুত পুৰিবলৈ গোটোবা খৰিৰ দ'ম; মেজি

a stack of wood burnt at Māgha bihu, i.e., when the earth reaches the winter solstice

বি.

2.

আজলী; যেনে-"চিনায়ো হাৰলি মাই" (কাণখোবা)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

হাৰলি · অসমীয়া অভিধান