← ফুৰি যাওক

হাৰামী

hārāmī

অৰ্থ

1.

অসৎ; দুষ্ট

dishonest; wicked

বিণ.

2.

হৰা কৰ্ম্ম বা মন্ত্ৰ-সম্বন্ধীয়; যেনে -"হাৰামী মন্ত্ৰ"

relating to injurious incantations

বিণ.

3.

হৰাকৰ্ম্মী; হৰা দিয়া লোক

one who injures or kills others by evil incantations

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ