কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাভিnābhiNoun
পৰমহংস ঋষভ মুনিৰ পিতৱ।
- নাভি দৈৰ্ঘ্যAbstract Noun
নাভিৰ পৰা প্ৰতিফলক তলৰ মেৰু বা লেন্সৰ আলোক কেন্দ্ৰলৈ দূৰত্ব৷
The distance from the center of a reflector to the light converging point.
- নাভিছেদনna.bhi.se.donVerbal Noun
নৱজাতকৰ নাভি বা নাই কটা কাৰ্য্য
the act of cutting off the umbilical cord
- নাভিজna.bhijProper Noun
জগত বা ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰোঁতা, ত্ৰিমূৰ্তিৰ প্ৰথমজন দেৱতা ৷
One of the trilogy of Hindu Mythology. Considered to be the creator of the Universe.
- নাভিপদ্মna.bhi.pod.moMaterial Noun
পদুম ফুলৰ দৰে সুন্দৰ নাভি বা নাই
a beautiful navel resembling a lotus
- নাভিস্থলna.bhis.tholMaterial Noun
কেঁচুৱা জন্মৰ সময়ত মাকৰ সৈতে সংযোগী নাড়িডাল কটাৰ পাছত পেটত সোঁমাজত থাকি যোৱা সৰু, ঘুৰণীয়া অংশ
the small round part in the middle of the stomach which is left after the umbilical cord ( long tube of flesh joining the baby to its mother) has been cut at birth.
- নাভীnābhīNoun
নাই
the naval
- নামnāmaNoun
চাপৰ বা তলভাগ; অধঃ
the lower part; bottom
- নাম লগোবাNoun
যি নাম ভুক্ত কৰে
one who enlists
- নাম লগোৱাnam lo.go`.waVerbal Noun
কোনো কলেজ, বিদ্যালয় আদিৰ তালিকা বা বহীত নাম ভৰোৱা কাৰ্য৷
the act of enrolling a name in a list or register of a collage or school.
- নাম-অঞ্জনীয়াnāma-añjanīẏāNoun
গুৰুবে নাম-কথা দিয়াৰ পাছত যিজনে তাক ভালকৈ বুজাই দিবে; যি নামৰ পৰমাৰ্থ বুজাই দিয়ে; যেনে-"নাম-অঞ্জনীয়া বিনে আনমতে নপাবে হৰিৰ পাশ" (নামঘোষা)।
- নাম-কটা চিপাহীnāma-kaṭā, cipāhīNoun
কাম-কাজ নকৰি এনেই ঘূৰি ফুৰা মানুহ
a vagabond
- নাম-কথাnāma-kathāNoun
গুৰুবে শিষ্যক দিয়া বিষ্ণু-উপাসনাৰ উপদেশ
a form of sacred prayer taught by the Guru
- নাম-কীৰ্তনnāma-kīrtanaNoun
বিষ্ণুৰ নাম বা গুণ গোবা কাৰ্য্য; বিষ্ণুৰ স্ত্ততি কৰা কাৰ্য্য
praise and prayer offered to God Viṣṇu
- নাম-কীৰ্ত্তনnāma-kīrttanaNoun
বিষ্ণুৰ নাম বা গুণ গোবা কাৰ্য্য; বিষ্ণুৰ স্ত্ততি কৰা কাৰ্য্য
praise and prayer offered to God Viṣṇu
- নাম-খাৰিজnāma-khārijaNoun
পট্টাৰপৰা নাম কাটি পেলোবা বা গুচোবা
striking off the name, as from the rent-roll
- নাম-গুণnam-gunVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- নাম-গোন্ধnam-go`n.dhAbstract Noun
পূৰ্বতে থকা কোনো বস্তুৰ একেবাৰে অস্তিত্ব নথকা বা ধৰিব নোৱাৰা অৱস্থা হোৱা ৷
indication of the presence of something that is no longer present or in existence.
- নাম-গোৱাnam-go`.waVerbal Noun
ধৰ্মীয় গীত বা নাম-গুণ গাই বিষ্ণুৰ আৰাধনা কৰা।
worshiping Vishnu or Hari by singing religious songs.
- নাম-ঘোষাnāma-ghoṣāNoun
মাধবদেবে ৰচনা কৰা পুথি এজনৰ নাম; হাজাৰী ঘোষা
the name of a religious book