নাম-অঞ্জনীয়া
nāma-añjanīẏā
অৰ্থ
1.
গুৰুবে নাম-কথা দিয়াৰ পাছত যিজনে তাক ভালকৈ বুজাই দিবে; যি নামৰ পৰমাৰ্থ বুজাই দিয়ে; যেনে-"নাম-অঞ্জনীয়া বিনে আনমতে নপাবে হৰিৰ পাশ" (নামঘোষা)।
বি.
2.
নাম-ৰূপ অঞ্জন; নাম-ৰূপ উত্তম বস্ত্ত।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ