কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চৌকছcaukachaAdjective
নিপুণ; পাৰ্গত; ভালকৈ কাম কৰিব পৰা
skilful; able
- চৌখীনxoukhinProper Adj.
সজীৱ আৰু দেখনিয়াৰ, সাজ-পোছাকৰ ক্ষেত্ৰত
smartly trim, as clothing
- চৌচকলীয়াcaucakalīẏāAdjective
চাওচকলীয়া।
- চৌচলীয়াcaucalīẏāAdjective
চাৰিখন চাল থকা; দুইমূৰে টুপ লগোবা (ঘৰ)
having four roofs (as a house)
- চৌচল্লিছcaucallichaNoun
চাৰি অধিক দুকুৰি
forty-four
- চৌচল্লিশ্caucalliśNoun
চাৰি অধিক দুকুৰি
forty-four
- চৌচাকলcaucākalaAdjective
চাৰিওফালে ঘূৰণীয়া; যেনে-"চৌচাকল মাছৰ বাকল; লোণ সেৰ সেৰ জালুক তাকৰ"
circular; round on all sides
- চৌচৌবাAdjective
পনীয়া; বৰ জুলীয়া
excessively watery
- চৌঠেঙীয়াcauṭheṅīẏāAdjective
অপমানিত; অপদস্হ; লাজত পৰা
befooled; put to shame; dishonoured
- চৌত্ৰিছ্cautrichNoun
চাৰি অধিক ডেৰ কুৰি
thirty-four
- চৌত্ৰিশ্cautriśNoun
চাৰি অধিক ডেৰ কুৰি
thirty-four
- চৌদান্তcaudāntaAdjective
মহা বলবান; যেনে-"অভিলাষ আছে যেবে চৌদান্ত নাগত। দিগ্গজক বন্দী কৰি দিৰোহো আগত" (মা. ক., অযোধ্যাকাণ্ড)
very strong
- চৌপটcaupaṭaNoun
পাশটি মাৰি ঢালত গুটি বুলাই খেলা এবিধ খেল
a game of dice
- চৌপন্হাcaupanhāAdjective
চাৰিটা পথ মিলা ঠাই; চাৰি-আলি; যেনে-"নানা ৰত্নে বিৰচিত চৌপন্হা পদুলি" (মা., আদিকাণ্ড)
a junction of four roads
- চৌফলীয়াcauphalīẏāAdjective
চাৰিওফালে জুৰি পৰা; এফালেও ছাঁ নথকা (ৰ'দ)
shining on all sides; as the sun's rays
- চৌবনcaubanaNoun
দুকুৰি চৈধ্য
fifty-four
- চৌবিছcaubichaNoun
চাৰি অধিক কুৰি
twenty-four
- চৌবিশcaubiśaNoun
চাৰি অধিক কুৰি
twenty-four
- চৌম্বিকsoum.bikProper Adj.
চুম্বকৰ বা চুম্বক সম্বন্ধীয়
of or pertaining to a magnet or magnetism
- চৌষষ্টিcauṣaṣṭiNoun
চাৰি অধিক তিনি কুৰি; তিনি কুৰি চাৰি
sixty-four