← ফুৰি যাওক

চৌদান্ত

caudānta

অৰ্থ

1.

মহা বলবান; যেনে-"অভিলাষ আছে যেবে চৌদান্ত নাগত। দিগ্গজক বন্দী কৰি দিৰোহো আগত" (মা. ক., অযোধ্যাকাণ্ড)

very strong

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৌদান্ত · অসমীয়া অভিধান