← ফুৰি যাওক

চৌপট

caupaṭa

অৰ্থ

1.

পাশটি মাৰি ঢালত গুটি বুলাই খেলা এবিধ খেল

a game of dice

বি.

2.

পূৰ্ণ বয়স হোবা; বইচৰ হোবা; দাঁতি উঠা (গৰু-ম'হ)

full grown (said of draft-bull or buffalo)

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চৌপট · অসমীয়া অভিধান