কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আশয় পাa.xoy paVerb-Intran.
মৰমৰ সুযোগ লৈ কোনো কাম কৰিবলৈ সাহ পা
to get encouraged to do something bad taking advantage of one's affection
- আষিয়াTransitive verb
কলৰ আষিবিলাক ঠৰুবাৰপৰা কাটি এৰুবা
to cut off the bunches of plantains from the stem
- আসংগa.xong.goAbstract Noun
ওচৰত বন্ধু-বান্ধৱ, সহযোগী আৰু পৰিয়ালৰ লোকৰ উপস্থিতি
the presence of friends, partners & family members around
- আসঙ্গে-প্ৰসঙ্গেa.xong.ge-pro.xong.geAdverb
কেইবাজনো ব্যক্তিৰ শ্ৰমৰ অৱদানেৰে কৰা
carried out by a number of people with contributed efforts
- আসন গ্ৰহণ কৰ্a.xon gro.hon korVerb-Intran.
কোনো চকি, মুঢ়া আদিত অৱস্থান ল
To station oneself in a seat or a sofa or chair
- আসমুদ্ৰāsamudraAdverb
সমুদ্ৰ পৰ্য্যন্ত; সাগৰৰ উপকূললৈকে
up to the sea
- আসৈ মাতa.xoi matVerb-Trans.
অজ্ঞতা প্ৰকাশ কৰ্
Declare as untrue or non existant
- আস্āsIntransitive verb
আহ্; যেনে-"ৰামত শৰণ আসি লৈবা বিভীষণে।"
- আস্ত-ব্যস্তকৈas.to-byos.to.koiAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- আস্তেāsteAdverb
লাহেকৈ; লাহে লাহে
slowly
- আস্তে-আস্তেas.te-as.teAdverb
এটা স্তৰ বা অৱস্থাৰ পৰা আনটোলৈ ক্ৰমান্বয়ে।
from one stage to the next in sequence.
- আস্তে-ব্যস্তেas.te-byos.teAdverb
বহু আদৰ সম্ভাষণেৰে কাৰোবাক সমাদৰ কৰা৷
receiving with respect.
- আস্তে-সুস্থেas.te-xus.theAdverb
গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা
moving or proceeding with little or less than usual speed or velocity
- আস্তেকৈas.te.koiAdverb
গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা
moving or proceeding with little or less than usual speed or velocity
- আস্ফালন কৰ্as.pha.lon korVerb-Intran.
ভৰি-হাত আছাৰি বা ডাবি মাৰি বীৰত্ব দেখুৱা
to show off strength or power by violent strokes
- আস্ফাল্as.phalVerb-Intran.
ভৰি-হাত আছাৰি বা ডাবি মাৰি বীৰত্ব দেখুৱা
to show off strength or power by violent strokes
- আসৰিশāsariśaAdjective
অতুলনীয়; তুলনা নথকা
incomparable
- আহ-যাহah-jahVerbal Noun
কোনো ব্যক্তি, সংগঠন আদিৰ মাজত যোগাযোগ৷
connection or dealings between persons or groups.
- আহঁত হa~.hot hoVerb-Trans.
শাৰীৰিক বা মানসিক ভাৱে ক্ষতি কৰ্
to damage by cutting or applying strong force
- আহন-যাৱনahon-ja.wonVerbal Noun
কোনো ব্যক্তি, সংগঠন আদিৰ মাজত যোগাযোগ৷
connection or dealings between persons or groups.