← ফুৰি যাওক

আসৰিশ

āsariśa

অৰ্থ

1.

অতুলনীয়; তুলনা নথকা

incomparable

বিণ.

2.

বৰ প্ৰবল

very violent

বিণ.

3.

বিষমৰূপে; যেনে-"মহাগৰ্ভ ৰোগে পীড়ে আসৰিশ। একৈক দিবসে যাই একৈক বৰিষ" (বিৰাট-পৰ্ব্ব)।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ