আস্
ās
অৰ্থ
1.
আহ্; যেনে-"ৰামত শৰণ আসি লৈবা বিভীষণে।"
অক. ধা.
2.
দুখ, খং বা বিৰক্তি প্ৰকাশ কৰা মাত; আহ্
an exclamation of pain or displeasure; aha
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
ās
আহ্; যেনে-"ৰামত শৰণ আসি লৈবা বিভীষণে।"
অক. ধা.
দুখ, খং বা বিৰক্তি প্ৰকাশ কৰা মাত; আহ্
an exclamation of pain or displeasure; aha
অব্য.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ