কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গা-মানুহNoun
গাৰ মানুহ; কোনো মুখিয়াল লোকৰ তলত বা হুকুমত যিখিনি মানুহ থাকে; অধীনস্হ বা সহকাৰী লোক
intimate people or assistants under a head; the people who form a body with a leader
- গা-মুৰিgā-muriNoun
এঙা-মুৰি।
- গা-সূতাgā-sūtāNoun
যি বিধ সূতাৰে কোনো কাপোৰ আদি বোবা যায়, সেই বিধৰ সূতা
prepared yarn for weaving
- গাঁওgām̐oNoun
গ্ৰাম; চহৰ; নগৰৰ বাহিৰে বা দূৰত থকা মানুহৰ বসতি
a village
- গাঁও-পৰিয়াga~o`-po.ri.yaCommon Noun
গাঁৱত বাস কৰা লোক
A person of the rural area.
- গাঁও-বুঢ়াga~o-bur.haCommon Noun
The administrative head of a village
- গাঁওবাসীga~u.ba.xiCommon Noun
গাঁৱত বাস কৰা লোক
A person of the rural area.
- গাঁওবুঢ়াgao`~.burhaCommon Noun
গাঁৱৰ প্ৰধান মানুহ, এজন গাঁৱৰ বিষয়া ।
The head of a village or of a Panchayat.
- গাঁজgām̐jaNoun
ভাং; ভাং গছ; ইয়াৰ দুবিধ; যেনে-মোহনী ভাং আৰু জঙ্গলী ভাং
gānjā; camibas Indicus, the Indian hemp
- গাঁজাga~.jaMaterial Noun
দৰৱ আৰু ৰাগীয়াল বস্তুৰূপে ব্যৱহাৰ কৰা, কেনাবিছ প্ৰজাতিৰ গছৰ ফুলৰ পৰা তৈয়াৰ কৰা ঔষধ
a drug produced from Cannabis flower and used for medicinal and recreational purposes.
- গাঁঠলুgām̐ṭhaluNoun
চুটি আৰু শকত মানুহ; টান বান্ধৰ মানুহ
a short; thick-set and stout man
- গাঁঠিgām̐ṭhiNoun
জৰীৰে দিয়া বান্ধ
a tie; a knot
- গাঁঠি খোবা, গাঁথি-খোবাgām̐ṭhi, khobā, gām̐thi-khobāNoun
চৰচৰণি খোবা; সুঁই খোবা
sudden interruption in breathing caused by food or drink getting into the windpipe in swallowing
- গাঁঠি-কটাgām̐ṭhi-kaṭāNoun
গাৰ কাপোৰৰ গাঁঠি মেলি বস্ত্ত চুৰ কৰা মানুহ; চোলাৰ মোনাৰপৰা ধন চুৰ কৰা মানুহ
a cutpurse; a pick- pocket
- গাঁঠি-খোপাgām̐ṭhi-khopāNoun
চুলিৰ আগ বাহিৰ কৰি থৈ মৰা খোপা
knot of hair with the ends of the hairs protruding
- গাঁঠিয়ণgām̐ṭhiẏaṇaNoun
বহুত গাঁঠি থকা আৰু আদাৰ নিচিনা এবিধ উদ্ভিদৰ সুগন্ধি মূল
a kind of fragrant root
- গাঁঠিয়ণ খুন্দা, গাঁঠিয়ণ খুন্দাNoun
বৰ বিয়াৰ আগ দিনা ৰাতি দৰা বা কনিয়াৰ আগত গাঁঠিয়ণ খুন্দা কাৰ্য্য [সেই দিনা কিছুমান মাইকীয়ে নাম গাই গাঁঠিয়ণ খুন্দে আৰু তাৰে দৰাকনিয়া আৰু মাইকী সকলোবে ফোট লয়।
- গাঁঠিয়নga~.thi.yonCommon Noun
বহুত গাঁঠিযুক্ত এবিধ সুগন্ধি শিপাযুক্ত গছ৷ অসমীয়া বিবাহ প্ৰথামতে বিয়াৰ আগদিনা ৰাতি গাঁঠিয়ন খুন্দা কাৰ্য কৰে৷
Awapuhi is a perennial, so from autumn until spring it goes dormant above ground as the leafy stems shrivel and die away, leaving the pale brown, creeping stems (rhizomes) at ground level. In the spring the plant springs up anew. The 10-12 blade-shaped leaves 15–20 cm long grow in an alternate arrangement on thin, upright stem to 1.2 m tall. Among the leafy stems the conical or club-shaped flower heads burst forth on separate and shorter stalks. These appear in the summer, after the leafy stems have been growing for awile. Perhaps the most common use of 'Awapuhi is as a shampoo and conditioner for the hair. The clear slimy juice present in the mature flower heads is excellent for softening and bringing shininess to the hair. It can be left in the hair or rinsed out. Hawaiian women often pick or cut the flowerheads of this plant in the forest, as they approach a pool or waterfall for a refreshing summer bath, leave the flowers atop a nearby rock, and then squeeze the sweet juices into their hair and over their bodies when the swim is completed. The sudsy juice is excellent for massage also.
- গাঁঠৰীgām̐ṭharīNoun
কাপোৰৰ টোপোবা
a bundle of clothes
- গাঁতgām̐taNoun
মাটি খানি বা গুচাই দ কৰা ঠাই; দ খাল
a hole in the earth; a pit