← ফুৰি যাওক

গাঁঠি-কটা

gām̐ṭhi-kaṭā

অৰ্থ

1.

গাৰ কাপোৰৰ গাঁঠি মেলি বস্ত্ত চুৰ কৰা মানুহ; চোলাৰ মোনাৰপৰা ধন চুৰ কৰা মানুহ

a cutpurse; a pick- pocket

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গাঁঠি-কটা · অসমীয়া অভিধান