গাঁঠিয়ণ খুন্দা, গাঁঠিয়ণ খুন্দা
অৰ্থ
1.
বৰ বিয়াৰ আগ দিনা ৰাতি দৰা বা কনিয়াৰ আগত গাঁঠিয়ণ খুন্দা কাৰ্য্য [সেই দিনা কিছুমান মাইকীয়ে নাম গাই গাঁঠিয়ণ খুন্দে আৰু তাৰে দৰাকনিয়া আৰু মাইকী সকলোবে ফোট লয়।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ