কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰন্ধা-বঢ়াron.dha-bor.haVerbal Noun
ৰন্ধা বা সিজোৱা কাৰ্য্য
the act of preparing food
- ৰপ্তানি কৰ্rop.ta.ni korVerb-Trans.
sell and send goods to foreign country
- ৰমক্ জমক্ কৰ্ro.mok jo.mok korVerb-Trans.
অলংকাৰ খটুৱাই সুন্দৰ কৰি তোল্।
To make beautiful, as by ornamentation; decorate. To add ornamental or fictitious details to.
- ৰমলিয়াramaliẏāIntransitive verb
বহুত কাউৰীৰ মাতৰ নিচিনা শব্দ কৰ্; হাই কৰ্
to caw, as many crows; to make a cawing noise
- ৰম্ramTransitive verb
ক্ৰীড়া কৰ্; সম্ভোগ কৰ্; শৱঙ্গাৰ কৰ্
to short with; to enjoy; to copulate with
- ৰম্ৰমিতেramramiteAdverb
কোনো কথাৰ আৰম্ভতে
in the beginning
- ৰসাতললৈ যাrasātalalai, yāIntransitive verb
অধঃপতন হ; ধ্বংস হ
to be ruined; to be damned; to go to hell
- ৰসাস্বাদনro.xa.swa.donVerbal Noun
কোনো বস্তুৰ সোৱাদ বা জুতি লোৱা কাৰ্য্য
enjoyment of the taste of something
- ৰসিকতা কৰ্ro.xi.ko.ta korVerb-Intran.
মানুহক হহুঁৱাবলৈ খুহুঁতীয়া কথা ক
To say something funny to make people laugh
- ৰহ খাroh khaVerb-Trans.
যৌগ সংযোগ কৰা কাৰ্য
to have sexual intercourse
- ৰহ দেroh deVerb-Trans.
বুঢ়া বা পূৰঠ হৈ কোমল ৰসযুক্ত হ বা বৰণ সলনি হ
to become juicy by growing old or matured
- ৰহণ চৰাVerb-Trans.
দেখনিয়াৰ কৰ, চকুত লগাকৈ সজাই তোল
display in an attractive way
- ৰহণ লগাro.hon lo.gaVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- ৰহণ সান্ro.hon xanVerb-Trans.
বাস্তৱতকৈ অধিক সুন্দৰ বা উন্নত বুলি কথাৰে দাঙি ধৰ্
to make (something) seem larger or greater etc. than what really is
- ৰহিত কৰ্ro.hi.to korVerb-Trans.
সাময়িকভাৱে বন্ধ ৰাখ্ বা পাছলৈ অন্য এটা সময়ত হোৱাকৈ ব্যৱস্থা কৰ্
Temporarily put-off or arrange (an event etc.) to take place at a later time
- ৰহিতকৰণVerbal Noun
The act of removing, revoking, discontinuing or invalidate something
- ৰহ্rahIntransitive verb
অতি বেছি হৈ বা চৰম অবস্হালৈ আহি মাৰ যা; চৰ্; যেনে-"সময়ত খাবলৈ নেপাই ভোক ৰহি গল"
to abate, as hunger
- ৰাইজাই কৰ্rai.jai korVerb-Intran.
আবেগ বা অনুভূতি জগাই তোলা
to arouse or stir up the emotions or feelings
- ৰাউচি জোৰ্rau.si jo`rVerb-Intran.
ডাঙৰকৈ শব্দ কৰি কান্দ্
to cry loudly
- ৰাউচি-জুৰিrau.si-ju.riAdverb
ডাঙৰকৈ শব্দ কৰি (কান্দ্)
(to cry) with relatively high volume