কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যাyāIntransitive verb
গতি কৰ্; গমন কৰ্; এঠাইৰপৰা আন ঠাইলৈ চল্; স্হানান্তৰ হ
to go
- যাওঁলেyāom̐leAdverb
যুগলে; দুটা হাত একেলগে কৰি; যেনে -"সন্ধুকি যে শেন গোটে উঠি। মাৰিলে কৱষ্ণক যাওঁলে মুঠি" (কীৰ্ত্তন)।
- যাচ্yācTransitive verb
খোজ্; প্ৰাৰ্থনা কৰ্
- যাচ্jasVerb-Trans.
কাৰোবাক কোনো বস্তু নিবিছৰাকৈ বা নোখোজাকৈ দিয়া।
To give something to someone without being asked.
- যাতায়তja.ta.yotVerbal Noun
যিকোনো ধৰণৰ বাহনৰ চলাচল
the movement of vehicles, ships, persons in an area, along a street, through an air lane, over a water route
- যাতে-তাতেyāte-tāteAdverb
যেই সেই মানুহত।
- যাত্ৰা কৰ্jat.ra korVerb-Intran.
নিজৰ স্থান সলনি কৰ্
to change physical location or position
- যাত্ৰাৰম্ভ কৰ্jat.ra.rm.bho korVerb-Intran.
যাত্ৰা বা ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰ্
to begin or embark on a journey
- যাদৃচ্ছিকভাৱেja.dri.sik.bhabeAdverb
এটা থূপ বা সমষ্টিৰ উপাদানবোৰৰ চয়ন এনে দৰে কৰা যাতে প্ৰতিটো উপাদানৰে চয়ন কৰাৰ সম্ভাৱিতা সমান হয়
done in such a way that each item of a set has an equal probability of being chosen
- যান্ত্ৰিক অভিযন্তাjan.trik o.bhi.jon.taVerbal Noun
Person who deals with the generation and application of heat and mechanical power and the design, production, and use of machines and tools.
- যান্ত্ৰিক অভিযান্ত্ৰিকjan.trik o.bhi.jan.trikVerbal Noun
The branch of engineering that encompasses the generation and application of heat and mechanical power and the design, production, and use of machines and tools.
- যাপন কৰ্ja.pon korVerb-Trans.
কোনো কাম কৰি সময় খৰচ কৰ্।
to utilize time for some purpose.
- যাবজ্জীবনyābajjībanaAdverb
জীয়াই থকালৈকে; জীয়াই থকা কালৰ ভিতৰত
as long as one's life lasts
- যাবতyābataAdverb
যি পৰ্যান্ত
as long as
- যাবত চন্দ্ৰ-দিবাকৰyābata, candra-dibākaraAdverb
চন্দ্ৰ আৰু সূৰ্য্য থাকেমানে; সৱষ্টিৰ অন্তলৈকে
eternally; up to eternity
- যাবতেyābateAdverb
যি পৰ্যান্ত
as long as
- যাবদেকেyābadekeAdverb
যেতিয়ালৈ; যেনে-"যাবদেকে নাসে তোমাৰ স্বামী" (কীৰ্ত্তন)।
- যাবেyābeAdverb
যাবত; যেতিয়ালৈকে; যেনে-"যাবে ৰাম- নামঃ প্ৰমত্ত সিংহৰঃ নুশুনে ধ্বনি শবদ" (কীৰ্ত্তন)।
- যাবৎজীবনyābatjībanaAdverb
জীয়াই থকালৈকে; জীয়াই থকা কালৰ ভিতৰত
as long as one's life lasts
- যাসিyāsiIntransitive verb
যোবা; যাবলৈ ধৰিছা; গৈছা; যেনে -"আজো কাহা যাসি বোলয়ে গোবালী" (বৰগীত)।