যাত্ৰা কৰ্
jat.ra kor
অৰ্থ
1.
নিজৰ স্থান সলনি কৰ্
to change physical location or position
অকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
ব্যৱসায়, আমোদ বা শিক্ষাৰ উদ্দেশ্যে বিভিন্ন ঠাই ফুৰ্
To visit various places of interest for business, pleasure, or instruction
অকৰ্মক ধাতু
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ