কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থানাদাৰthānādāraNoun
মোগৰ আমোলৰ এক থানাৰ অধিকাৰী বিষয়া।
- থাপthāpaNoun
অকস্মাৎ হাত মেলি ধৰা কাৰ্য্য, কোনো বস্ত্ত ধৰিবৰ নিমিত্তে হাতেৰে মৰা ছাপ
the act of seizing sudeenly by the hand
- থাপকthāpakaNoun
প্ৰতিষ্ঠাতা; স্হাপন কৰোঁতা।
- থাপনাthāpanāNoun
ঈশ্বৰ বা গুৰুজনৰ সলনি সেবা, পূজা আদি কৰিবৰ নিমিত্তে আসন-বসন দি পাতি লোবা ওখ ৰেদী বা মঞ্চ
- থাপনিthāpaniNoun
ঈশ্বৰ বা গুৰুজনৰ সলনি সেবা, পূজা আদি কৰিবৰ নিমিত্তে আসন-বসন দি পাতি লোবা ওখ ৰেদী বা মঞ্চ
- থাপৰthāparaNoun
চাপৰ; থলামুৰি
a pot
- থামthamMaterial Noun
এক ওখ উলম্ব গাঁথনি
a supporting vertical structure
- থালthālaNoun
ধাতু বা শিল আদিৰে সজা বহল চেপেটা ঘূৰণীয়া পাত্ৰ
a tray, platter or plate
- থালিtha.liMaterial Noun
ভাত বা সেইজাতীয় খাদ্য খাবলৈ ব্যৱহাৰ কৰা এবিধ চেপেটা বাচন ৷
A flat utensil used to serve food.
- থালীthālīNoun
বৰ ডাঙৰ চক বা মাটিৰ পাক-পাত্ৰ
a large earthen cooking vessel
- থাৰগাইthāragāiNoun
থুৰীয়া ধৰা গাই; লগত পোবালি নথকা গাই।
- থাৰ্মমিটাৰthārmamiṭāraNoun
জ্বৰ জোখা বা তাপমান যন্ত্ৰ।
thermometer
- থিআ নামAbstract Noun
অসমীয়া পৰিৱেশ্য কলা৷ থিয়ই থিয়ই পৰিৱেষণ কৰা বৈষ্ণৱী নাম প্ৰসংগ৷
An Assamese musical artform. It is a performing art.
- থিউগেৰিthiugeriNoun
নৰিয়া মানুহৰ চিয়ঁৰ
painful scream of a man in pain
- থিতthitaNoun
অবস্হান।
- থিয় ৰ`দAbstract Noun
ভৰ দুপৰীয়া সময়ৰ চোকা ৰ'দ
the strongest and most direct sunlight of the day at noon
- থিয়-কিলNoun
কিলাকুটিটো থিয়কৈ মৰা কিল
a downward stroke with the elbow upright
- থিয়-দুপৰীয়াNoun
ভৰ দুপৰীয়া; মধ্যাহ্ন
midday
- থিয়-পোহাৰীNoun
মানুহৰ ঘৰে ঘৰে বস্ত্ত বেচি ফুৰা তিৰোতা
a female pedlar
- থিয়নামthi.yo.namAbstract Noun
অসমীয়া পৰিৱেশ্য কলা৷ থিয়ই থিয়ই পৰিৱেষণ কৰা বৈষ্ণৱী নাম প্ৰসংগ৷
An Assamese musical artform. It is a performing art.