কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একচেটীয়াek.se.ti.yaAbstract Noun
a market in which there are many buyers but only one seller. Thus, the seller obtains exclusive control of a commodity or service in the market, or a control that makes possible the manipulation of prices
- একচৰe.ko.sorCommon Noun
আফ্ৰিকা আৰু এছিয়াত বাস কৰা ৰাইন’চেৰ’টিডি পৰিয়ালৰ অন্তৰ্গত এটা বা দুটা খড়্গ থকা স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷ এখৰ্গীয়া গঁড় কেৱল অসমতহে পোৱা যায়।
any of several large, thick-skinned, perissodactyl mammals of the family Rhinocerotidae, of Africa and India, having one or two upright horns on the snout: all rhinoceroses are endangered. One horned Rhino is endemic to Assam.
- একজাইekajāiNoun
বস্ত্ত আৰু তাৰ মূল্যৰ বছৰৰ শেষত কৰা হিছাপ বা যোগ
annual account of sale and purchase
- একজাতekajātaNoun
নতুন গঢ় বা স্বভাব; আনকালৰ বিপৰীত ভাব; যেনে-"স্বৰ্গদেও আজি শেনৰ একজাত"
changed form, character or temper
- একজিe.ko.jiMaterial Noun
এবিধ ৰছীৰে সঁজা মোনা ৷ মানুহে ইয়াক বিৰিয়াৰ দুই মুৰে বান্ধি কান্ধত বোজা কঢ়িয়াবৰ বাবে ব্যৱহাৰ কৰে ৷
A string bag used for carrying burdens suspended from either end of a pole placed on the shoulder.
- একটিয়াৰek.ti.yarAbstract Noun
কোনো কাৰ্য্য কৰিব পৰা শক্তি বা গুণ
power or talent to do some task
- একঠাe.ko.thaAbstract Noun
এবিঘা মাটিৰ পাঁচ ভাগৰ এভাগ, 2880 বৰ্গফুট, 20 লোচা৷
2,880 square feet of land.
- একণীয়া-মোৰekaṇīẏā-moraNoun
আঁঠুবা আদি বোবা মোৰ বা নিয়ম [ইয়াত তাঁত বাতি কৰি অঁতাই দীঘল সূতাবোৰ ৰাঁচত একণি এৰি একণিত ভৰায়; ব'বৰ সময়ত কণিত ভৰোবা সূতা এডালৰ এডাল ছিঙি খালি থকা কণিত ভৰাই লয়]।
- একতাekatāNoun
একগোট; একলগ; মিল
unity; harmony
- একতালekatālaNoun
সঙ্গীতৰ সমলয়-যুক্ত তাল- বিশেষ।
- একতালিekatāliNoun
সঙ্গীতৰ সমলয়-যুক্ত তাল- বিশেষ।
- একতাৰাekatārāNoun
এডাল মাখোন তাঁৰ থকা বীণা-জাতীয় বাদ্য-যন্ত্ৰ।
- একত্বekatbaNoun
এক হোবা; একে তুল্য বা নিচিনা হোবা
identity
- একত্ৰতাe.ko.tro.taVerbal Noun
একে ঠাইত লগ হৈ থকা অৱস্থা
the state of being together in one place
- একত্ৰিংশe.ko.tring.xoAbstract Noun
one more than thirty; the symbol denoting 31 (৩১ in Assamese)
- একত্ৰিংশত্তমe.ko.tring.xot.tomAbstract Noun
one more than thirty; the symbol denoting 31 (৩১ in Assamese)
- একত্ৰীকৰণek.tri.ko.ronAbstract Noun
Make or become united or uniform
- একদংষ্ট্ৰe.ko.dongs.troProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷
Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished.
- একদন্তekadantaNoun
(এটা দাঁত থকা) গণেশ দেবতা।
- একদমekadamaNoun
সম্পূৰ্ণৰূপে; সমূলিকে।