← ফুৰি যাওক

একজাত

ekajāta

অৰ্থ

1.

নতুন গঢ় বা স্বভাব; আনকালৰ বিপৰীত ভাব; যেনে-"স্বৰ্গদেও আজি শেনৰ একজাত"

changed form, character or temper

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একজাত · অসমীয়া অভিধান