← ফুৰি যাওক

একণীয়া-মোৰ

ekaṇīẏā-mora

অৰ্থ

1.

আঁঠুবা আদি বোবা মোৰ বা নিয়ম [ইয়াত তাঁত বাতি কৰি অঁতাই দীঘল সূতাবোৰ ৰাঁচত একণি এৰি একণিত ভৰায়; ব'বৰ সময়ত কণিত ভৰোবা সূতা এডালৰ এডাল ছিঙি খালি থকা কণিত ভৰাই লয়]।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একণীয়া-মোৰ · অসমীয়া অভিধান