কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লজ্জাশূন্যloj.ja.xu.nyoProper Adj.
নিজৰ মান-সন্মানলৈ কেৰেপ নকৰা৷
lacking any sense of shame, Without the emotion or sense of guilt.
- লজ্জাহীনloj.ja.hinProper Adj.
নিজৰ মান-সন্মানলৈ কেৰেপ নকৰা৷
lacking any sense of shame, Without the emotion or sense of guilt.
- লজ্জাৱনতloj.ja.wo.notProper Adj.
আত্মবিশ্বাসৰ অভাৱ আৰু মানুহৰ লগত সহজ হব নোৱাৰা
discomfortable or lacking of confidence in association with others
- লজ্জিতAdjective
লাজ পোবা; লাজত পৰা
put to shame
- লঞ্জlañjaAdjective
লানি লাগি থকা; লাগি ল'গা; লেথেৰি হৈ থকা
ranged in a row
- লটং পটংlaṭam, paṭamAdjective
অস্হিৰ; থিৰ হৈ নথকা; লৰচৰ কৰি থকা
shaking; unsteady
- লটং-পটংlo.tong-po.tongProper Adj.
অলপতে লৰচৰ কৰা, স্থিৰতা নথকা
liable to fall or shake, not firm.
- লটকlaṭakaAdjective
পাষণ্ড; বদমাইচ্; যেনে-"লটক ৰাক্ষস আৰু কতক লপস" (বঘাসুৰ বধ)।
- লটকণlot- konProper Adj.
কাম কৰি থকা মানুহক হাথিয়াৰ বা বস্তু-বাহানি যোগাই সহায় কৰা ব্যক্তি
one who helps by supplying tools and materials to a worker during work
- লটৌ-পটৌlo.tou-po.touProper Adj.
অলপতে লৰচৰ কৰা, স্থিৰতা নথকা
liable to fall or shake, not firm.
- লট্পটীlaṭpaṭīNoun
খুৰ আদি সানি মোহাৰি চোকা কৰা ছাল বা শিল
a strop
- লট্পটীয়াAdjective
অস্হিৰ; চঞ্চল
unsteady; wanton
- লটৰ-পটৰlo.tor-po.torProper Adj.
অলপতে লৰচৰ কৰা, স্থিৰতা নথকা
liable to fall or shake, not firm.
- লঠঙাlaṭhaṅāAdjective
টাঙোনৰ নিচিনা দীঘল আৰু শকতঃ মিহি বা পাতল নোহোবা
stout
- লঠাlaṭhāAdjective
ডাল-পাত নথকা
destitute of branches or foliage
- লঠীয়াlaṭhīẏāNoun
গধুৰ কাঠ আদি দাঙিবলৈ তাৰ তলেদি সুমাই উচালি দিয়া ডাং
a wooden bar used as a lever for raising a heavy body
- লঠৌlaṭhauAdjective
"লঠা" চোবাঁ।
- লঠৰাlaṭharāAdjective
নোম বা পাখি নথকা
devoid of hair or feathers
- লঠৰা-মূৰাAdjective
মুঠেই চুলি নথকা
bald-headed
- লঠৰুlaṭharuAdjective
নিচেইকৈ চুলি নথকা
bald-headed