← ফুৰি যাওক

লঠা

laṭhā

অৰ্থ

1.

ডাল-পাত নথকা

destitute of branches or foliage

বিণ.

2.

উদং; বন; ঘাঁহ আদি নথকা

bare; destitute of grass, etc.

বিণ.

3.

ল'ৰা-তিৰোতা নথকা

devoid of wife and children

বিণ.

4.

মূৰত চুলি নথকা

bald-headed

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

লঠা · অসমীয়া অভিধান