← ফুৰি যাওক

লঞ্জ

lañja

অৰ্থ

1.

লানি লাগি থকা; লাগি ল'গা; লেথেৰি হৈ থকা

ranged in a row

বিণ.

2.

সংলগ্ন; লগালগি

contiguous

বিণ.

3.

এটাৰ গাত আনটো লাগি থকা শাৰী; লালী; লেথেৰি

a line of things touching one another

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ