কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মজপুৎProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- মজবুতmajabutaAdjective
দৱঢ়; শকত
firm; strong
- মজলীয়াmajalīẏāAdjective
মধ্যমীয়া; বৰ ডাঙৰ বা সৰু নোহোবা
of middle size
- মজাmajāNoun
মজ্জা; কোনো বস্ত্তৰ ভিতৰৰ সাৰভাগ; শাহ
the pith; a corn or inner part of anything; the kernel of fruit etc
- মজা-মজিmajā-majiAdjective
এবাৰ হোবা এবাৰ নোহোবা; মাজে সময়ে হোবা; সদায় হৈ নথকা
occurring now and then; occasional
- মজাঠি-বুলীয়াAdjective
মজাঠিৰ বৰণৰ; ৰঙা
dyed with Indian madder; red
- মজুতmajutaAdjective
সঞ্চিত; জমা কৰা; গোটোবা; একত্ৰীকৰণ
saved; collected
- মজ্জাগতAdjective
হাড়ৰ মাজত বা মগজুত সোমোবা
entered in the marrow
- মঞ্চোপযোগীProper Adj.
মঞ্চস্থ কৰাৰ উপযোগী বা অভিনয়ৰ উপযোগী
a drama or play considered to be fit for enacting in a stage.
- মঞ্জুmañjuAdjective
সুন্দৰ; মনোৰম
beautiful
- মঞ্জুৰmañjuraNoun
মান্তি; গ্ৰাহ্য কৰা; eng >acceptance/eng>.
- মঞ্জৰিতmon.jo.ri.toProper Adj.
বাঢ়িবলৈ আৰম্ভ কৰা বা অঙ্কুৰণ হ’বলৈ ধৰা
related to or concerned with a plant that has started growing
- মটহাmaṭahāAdjective
টান; শকত; মিহি আৰু কোমল নোহোবা; মোটোহা
hard; rough
- মটীয়াmaṭīẏāAdjective
মাটিৰ নিচিনা; মাটি-বৰণীয়া
like earth; earth-coloured
- মঠঙাmaṭhaṅāAdjective
ডাঙৰ আৰু টান
stout and rough
- মঠাmaṭhāAdjective
ডাঙৰ আৰু টান
coarse (said of rice)
- মণিপুৰীmo.ni.pu.riProper Adj.
Pertaining to or belong to the Indian province of Manipur
- মণিপুৰীয়াmaṇipurīẏāAdjective
মণিপুৰত থকা বা উৎপন্ন হোবা; . বি. মণিপুৰৰ মানুহ
born or produced in Manipur ; a Manipuri
- মণিভূমিকাকৰ্ম্মmaṇibhūmikākarmmaAdjective
একপ্ৰকাৰ কলা; নানা প্ৰকাৰ মণি ধূনীয়া পাথৰেৰে কোনো সভা আদিৰ ঠাই সজোবা কৰ্ম্ম।
- মণ্ডলাকাৰAdjective
গোলাকাৰ; ঘূৰণীয়া
spherical; round; circular