মজা-মজি
majā-maji
অৰ্থ
1.
এবাৰ হোবা এবাৰ নোহোবা; মাজে সময়ে হোবা; সদায় হৈ নথকা
occurring now and then; occasional
বিণ.
2.
ঠায়ে ঠায়ে হোবা; সকলো ঠাইতে নোহোবা বা নোপোবা
growing or occurring here and there
বিণ.
3.
দুই বা কেইবাটাৰো ভিতৰত এটাও পূৰ নোহোবা; আধা-আধি
half and half; partial
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ