কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অবহেলা কৰ্Verb
(পু. অ.) অবহেল্।
- অবাচিতেabāciteAdverb
আপোন ইচ্ছাৰে নোখোজা বা নিবিচৰাকৈ; আপত্তি নকৰাকৈ
of one's own accord; without objection
- অবাটেo.ba.teAdverb
Out of the right way
- অবাটে যাo.ba.te jaVerb-Intran.
ভুল পথে যা বা শুদ্ধ পথৰ পৰা বিচলিত হ
to take the wrong way or deviate from the right way
- অবাধেAdverb
বাধা নোহোবাকে; স্বচ্ছন্দে
without hindrance; freely
- অবাবতo.ba.botAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অবাবতেo.ba.bo.teAdverb
প্ৰয়োজন নোহোৱাকৈ কৰা কাম ৷
in an unnecessary manner; without any necessity.
- অবিচ্ছিন্নভাৱেo.bi.sin.no.bha.beAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- অবিচ্ছেদেo.bis.se.deAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- অবিদিতেAdverb
(পু.অ.) আনে নজনাকৈ।
- অবিদ্যমানতাNoun; Adverb
অবিদ্যমানে অবিহনে; অবৰ্ত্তমানে।
- অবিদ্যমানেo.bi.dyo.ma.neAdverb
উপস্থিত নথকাত ৷
While or although not present; in absence.
- অবিন্যস্তo.bi.nos.toVerbal Adj.
বিশৃংখলভাৱে থকা ।
not arranged tidily.
- অবিবতabibataAdjective
ক্ষান্ত নোহোবা; নেৰা-নেপেৰা
incessant
- অবিলম্বেabilambeAdverb
বিলম্ব নকৰি; শীঘ্ৰে; সোনকালে; ততালিকে
quickly; without delay
- অবিস্মৃতo.bis.mri.toVerbal Adj.
যাক পাহৰি যোৱা হোৱা নাই
which has not been omitted from memory
- অবিহনেabihaneAdverb
অবৰ্ত্তমানে; অবিদ্যমানে; অভাবে
in the absence of; after the death of
- অবিৰতভাৱেo.bi.rot.bha.beAdverb
ছেদ ভেদ নোহোৱাকৈ; মাজত কোনো বিৰতি নোহোৱাকৈ
without cessation or intermission
- অবিৰলabiralaAdjective
কম-নপৰা; নেৰা-নেপেৰা
unceasing
- অবিৰামabirāmaAdjective
ক্ষান্ত নোহোবা; নেৰা-নেপেৰা
incessant; unceasing