← ফুৰি যাওক

অবিবত

abibata

অৰ্থ

1.

ক্ষান্ত নোহোবা; নেৰা-নেপেৰা

incessant

বিণ.

2.

সদায়; নেৰা-নেপেৰাকৈ অবিচ্ছেদে

incessantly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ