← ফুৰি যাওক

অবিৰাম

abirāma

অৰ্থ

1.

ক্ষান্ত নোহোবা; নেৰা-নেপেৰা

incessant; unceasing

বিণ.

2.

সদায়; ক্ষান্ত নোহোবাকৈ

unceasingly

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অবিৰাম · অসমীয়া অভিধান