কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সদালাপীxo.da.la.piCommon Noun
সজ কথাৰ আলোচনা কৰা আৰু আগভাগ লোৱা ব্যক্তি৷ মৰম লগা বা মিঠা কথা কোৱা লোক৷
Someone with an assured and ingratiating manner.
- সদাশিবsadāśibaNoun
শিব; মহাদেব
Siva
- সদাশিৱxo.da.xi.woProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- সদিচ্ছাsadicchāNoun
সজ বা শুভ ইচ্ছা।
- সদিশxo.dixAbstract Noun
দিশ আৰু মান দুয়োটাই থকা ৰাশি
The parameter that has magnitude and direction
- সদুত্তৰsaduttaraNoun
বিহিত উত্তৰ; উপযুক্ত সমাধান।
- সদুপদেশxo.du.po.dexAbstract Noun
কোনো কথাৰ নিমিত্তে দিয়া ভাল বুদ্ধি ৷
Friendly or useful advice.
- সদুপায়sadupāẏaNoun
সজ উপায়।
- সদৃশতাxo.dri.xo.taAbstract Noun
একে গঢ় বা আকৃতি বা গুণৰ হোৱা অবস্থা ৷
The quality of being similar in appearance or external or superficial details.
- সদৌ অসম ছাত্ৰ সন্থাxo.dou o.xom sa tro xon.thaAbstract Noun
অসমৰ ৰাজনৈতিক আৰু সামাজিক ভাৱে সক্ৰিয় ছাত্ৰসকলৰ এটা গোট৷
A politically and socially active student body of Assam
- সদৌটিxo.dou.tiPronoun
কিহবাৰ গোটেইখিনিকে বা প্ৰতিজন সদস্যকে একেলগে বুজায়৷
refers to every member or the entire part of something.
- সদ্গতিsadgatiNoun
আত্মাৰ মুক্তি বা উদ্ধাৰ
salvation or emancipation of the soul
- সদ্গুণsadguṇaNoun
সজ গুণ; উত্তম গুণ
good quality
- সদ্বস্হsadbashaNoun
সদ্ব্যবস্হা; সজ উপায়; কাৰ্য্য কৰিবৰ ভাল নিয়ম বা বিধি
good arrangement; welfare; good means; smooth execution of a work
- সদ্ব্যবহাৰsadbyabahāraNoun
ভদ্ৰ ব্যবহাৰ; ভাল কামত প্ৰয়োগ।
- সদ্ব্যৱহাৰ কৰ্xod.byo.bo.har korAbstract Noun
কাৰোবাৰ প্ৰতি ভাল বা সন্মানজনক আচৰণ
the good or respectful behavior towards somebody.
- সদ্ভাবsadbhābaNoun
মিল; প্ৰীতি; বন্ধুতা
friendly feeling
- সদ্ভাৱxod.bhabAbstract Noun
দুটা গোট বা ব্যক্তিৰ মাজত থকা ভাল ভাৱ বা বন্ধুত্ব
friendly relations between two person or two parties
- সদ্ভাৱনাxodbhawonaAbstract Noun
দয়াশীল বা বন্ধুত্বসুলভ মনোভাৱ।
An attitude of kindness or friendliness; benevolence, Cheerful acquiescence or willingness.
- সদ্যবিবাহিতxo.dyo.bi.ba.hi.toCommon Noun
নতুনকৈ বা অলপতে বিয়া কৰোৱা ব্যক্তি।
a person recently married.