← ফুৰি যাওক

সদ্বস্হ

sadbasha

অৰ্থ

1.

সদ্ব্যবস্হা; সজ উপায়; কাৰ্য্য কৰিবৰ ভাল নিয়ম বা বিধি

good arrangement; welfare; good means; smooth execution of a work

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সদ্বস্হ · অসমীয়া অভিধান