কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গহীন বনgo.hin bonCommon Noun
বনৰীয়া গছ-লতাৰে ভৰা গভীৰ অৰণ্য
a thick jungle full of wild trees and underbush
- গহীনালিNoun
গহীন গুণ বা স্বভাব; গধুৰ স্বভাব
graveness; gravity of character
- গহেCommon Noun
অতি পুণ্যবান, মহান বা সৎ পুৰুষ|
a person of great holiness, virtue, or benevolence.
- গহ্বৰgahbaraNoun
গুহা; পৰ্ব্বতৰ ঘোপা
a mountain cave
- গহয়go.hoyAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- গহৰাgaharāNoun
গোহোৰা; আজাৰৰ পাতৰ নিচিনা পাতেৰে আৰু খৰাতি পাত সৰা এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of tree; Prema longifolia
- গহৰিgahariNoun
পলম; বিলম্ব; বেলি
delay
- গাgāTransitive verb
গান কৰ্; জাত লগাই পুথি পঢ়্ বা নাম ল
to sing; to chant
- গা ধোৱা ঘৰga dho’.wa ghorMaterial Noun
গা ধুবলৈ ব্যৱহাৰ কৰা যথোপযুক্ত ঘৰ৷
A room equipped for taking a bath or shower.
- গা মুৰিga mu.riVerbal Noun
ভালেমান সময় একে ঠৰে থকাৰ পাচত হাত ভৰি মেলি আছাৰ মৰা কাৰ্য৷
the act of stretching for relief.
- গা-গছgā-gachaNoun
গছৰ ডাল-পাত নথকা অংশ
the trunk of a tree
- গা-গাৰিgā-gāriNoun
গাৰি বা মঙহ থকা গা; স্হূল শৰীৰ
a stout or fat body
- গা-চোৱাga-so`.waCommon Noun
যি ব্যক্তিয়ে আন কোনো বিশেষ ব্যক্তিৰ দেহ ৰক্ষা কৰাত নিযুক্ত৷
Person or group escorting and protecting another
- গা-তিওৱাga-tio`.waAbstract Noun
পানী আৰু চাবোনেৰে শৰীৰটো ধোৱা কাৰ্য্য
the act of washing ones body with water and soap
- গা-ধনgā-dhanaNoun
ছোবালীৰ সলনি তাইৰ বাপেক-মাক বা গৰাকীক দিয়া ধন
money paid as compensation to the guardian of a girl sought to be married
- গা-ধোৱাga-dho`.waAbstract Noun
পানী আৰু চাবোনেৰে শৰীৰটো ধোৱা কাৰ্য্য
the act of washing ones body with water and soap
- গা-নৰিয়াgā-nariẏāNoun
গৰ্ভ হোবা বা গা-ভাৰী অবস্হা
pregnancy
- গা-পাMaterial Noun
জীৱিত বা মৃত, প্ৰাণী বা উদ্ভিদৰ শাৰীৰিক গঠন বা ভৌতিক ৰূপ।
the physical structure and material substance of an animal or plant, living or dead.
- গা-মাটিNoun
আহোম ৰজাৰ দিনত কোনো লোকক বিনা কৰে খাবলৈ দিয়া মাটি।
- গা-মাটিgā-māṭiNoun
আহোম ৰজাৰ দিনত পাইকবিলাকক দিয়া ৰোবতী মাটি।
land allotted to rayats by Ahom kings in return for personal service