← ফুৰি যাওক

গা-ধন

gā-dhana

অৰ্থ

1.

ছোবালীৰ সলনি তাইৰ বাপেক-মাক বা গৰাকীক দিয়া ধন

money paid as compensation to the guardian of a girl sought to be married

বি.

2.

মানুহৰ ওপৰত গা-মুৰি বা গাই পতি লগোবা ৰাজহ

a poll tax

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গা-ধন · অসমীয়া অভিধান