গহৰা
gaharā
অৰ্থ
1.
গোহোৰা; আজাৰৰ পাতৰ নিচিনা পাতেৰে আৰু খৰাতি পাত সৰা এবিধ ওখ ডাঙৰ আওকাঠী গছ
a kind of tree; Prema longifolia
বি.
2.
গুটি নপচোবা বা নিসিঁচাকৈ আপুনি গজা
self-growing; growing spontaneously
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ