কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মোকলাই দেmo`.ko.lai deVerb-Trans.
To relieve of a burden, obligation, or restraint
- মোকল্ ফুৰ্mo`.kol phurVerb-Intran.
To pass solid or semi-solid waste matter from the body
- মোকোটাTransitive verb
মোটোকা; বেঁকা কৰ্
to bend
- মোকোৰা-মোকোৰেAdverb
এমোকোৰাৰ পাছত আন মোকোৰা; ইগৰাহৰ পাছত সিগৰাহ
mouthful by mouthful
- মোকোৰা-মোকোৰে খাmo`.ko`.ra-mo`.ko`.re khaVerb-Trans.
বৰ ভোকত থাকিলে কোনো খাদ্য অতি খৰকৈ খোৱা, মানুহে লুভীয়া, খকুৱা বুলি ভবাকৈ খোৱা৷
to swallow something very quickly as if or when the person is very hungry or in a way that people consider greedy or rude.
- মোক্মোকাmokmokāIntransitive verb
কোনো বস্ত্ত মুখত লৈ খাওঁতে, বা কথা কওঁতে মোক্ মোক্ শব্দ কৰ্; অস্পষ্ট কথা ক
to speak indistin ctly; to mumble
- মোখনী মাৰmo`.kho.ni marVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- মোখ্mokhTransitive verb
মোখনি দি বান্ধ্; মোখনি মাৰ্; পাচি, খৰাহি আদিৰ মুখৰ কাঠী মোকোটাই আকৌ বৈ পেলাই মুখৰ কাঠী নোসোলোকা কৰ্
to give the first binding to the edge of (applied to basket work)
- মোচক্mocakIntransitive verb
পাক খাই হাড়ৰ জোৰা অলপকৈ লৰ্ বা জোৰাত দুখ পা
to be sprained
- মোচলmocalaTransitive verb
মচিলে।
- মোচোকা খাmo`.so`.ka khaVerb-Intran.
সৰুগাঠি, মণিবন্ধ আদিত পাক খাই হাড় বা জোৰাত দুখ পা |
To overstrain or wrench (the ligaments of an ankle, wrist, or other joint) so as to injure without fracture or dislocation.
- মোচৰ্mo`.sorVerb-Trans.
পকাই বা মোটোকাই দে
to twist or sprain something
- মোট সলাmo`t xo.laVerb-Intran.
গাৰ ছালৰ এটা চামনি এৰি পেলাই দে; বিশেষকৈ সাপৰ ক্ষেত্ৰত।
Casting or dropping off a layer of skin, esp. by a snake.
- মোটমাতmo`t.matAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)
- মোটাত পৰ্moṭāta, parIntransitive verb
টানত পৰ্; দুখত পৰ্
to be hard up; to get into trouble
- মোটেmoṭeAdverb
মুঠতে, সমূলি, একেবাৰেই,
altogether
- মোটেইmoṭeiAdverb
মুঠতে, সমূলি, একেবাৰেই,
altogether
- মোটোকাTransitive verb
"মোকোটা" চোবাঁ।
- মোটোক্moṭokIntransitive verb
"মোকোট্" চোবাঁ।
- মোটৰ ওপৰতmo`.tor o``.po.rotAdverb
চুটিকৈ বা মাথোঁ কেইটামান শব্দত (লিখা বা কোৱা)
In short or few words (write or tell sth)