← ফুৰি যাওক

মোকোৰা-মোকোৰে খা

mo`.ko`.ra-mo`.ko`.re kha

অৰ্থ

1.

বৰ ভোকত থাকিলে কোনো খাদ্য অতি খৰকৈ খোৱা, মানুহে লুভীয়া, খকুৱা বুলি ভবাকৈ খোৱা৷

to swallow something very quickly as if or when the person is very hungry or in a way that people consider greedy or rude.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মোকোৰা-মোকোৰে খা · অসমীয়া অভিধান