← ফুৰি যাওক

মোখ্

mokh

অৰ্থ

1.

মোখনি দি বান্ধ্; মোখনি মাৰ্; পাচি, খৰাহি আদিৰ মুখৰ কাঠী মোকোটাই আকৌ বৈ পেলাই মুখৰ কাঠী নোসোলোকা কৰ্

to give the first binding to the edge of (applied to basket work)

সক. ধা.

2.

মুখ বন্ধ কৰ্; নিৰুত্তৰ কৰ্; কথা ক'ব নোবৰা বা উত্তৰ দিব নোবৰা কৰ্

to put to silence

সক. ধা.

3.

শেষ কৰ্; বন্ধ কৰ্; যেনে-"কথাটো তাতে মুখিলে"

to put a stop to

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ