কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘ্ৰাণশক্তিghran.xok.tiAbstract Noun
গোন্ধ ধৰিব পৰা শক্তি
The ability to detect odour or smell
- ঘ্ৰাণেন্দ্ৰিয়ghrāṇendriẏaNoun
গোন্ধ লোবা অঙ্গ; নাক; নাসিকা
the organ of smell; the nose
- ঘ্ৰাতাCommon Noun
গোন্ধ লোৱা বা গোন্ধ লৈ (কোনো বস্তু) পৰীক্ষা কৰা ব্যক্তি
a person who smells or test (something) by smelling
- ঘ্ৰাতিMaterial Noun
উশাহ আৰু গোন্ধ লোৱা অঙ্গ।
the organ used to take breathe and smell.
- ঘড়াghaṛāNoun
ডাঙৰ পিতলৰ কলহ; ঘাগৰি
a large water jar
- ঘড়িজেপCommon Noun
পেণ্ট বা ঠেঙাৰ পাচফালে থকা জেপ বা পকেট
a pocket at the back of a pair of trousers
- ঘড়ীghaṛīNoun
সময় নিৰ্ণয় কৰা যন্ত্ৰ
a clock; a time-piece
- ঘৰgharaNoun
মানুহ থাকিবলৈ বা বস্ত্ত ৰাখিবলৈ বাঁহ, কাঠ, ইটা, শিল আদিৰে সজা আৰু চাল-বেৰ থকা ঠাই
a house; a dwelling place
- ঘৰ লোৱাghor.lo.waProper Adj.
পোহনীয়া বা মানুহে ঘৰত পালন কৰা (জীৱ-জন্তু)|
adapted to live in close association with human.
- ঘৰ-ছোৱা বনghor-so`.wa bonCommon Noun
ঘৰৰ চালি সাঁজিবৰ বাবে ব্যৱহাৰ কৰা এবিধ দীঘল আৰু টান খেৰ ৷
A kind of long and stiff grass people used for building a house roof.
- ঘৰ-জেউতিNoun
ঘৰ-দেউতি।
- ঘৰ-জোঁবাইNoun
চপাই লোবা জোঁবাই; শাহু শহুৰৰ ঘৰত বাস কৰা জোঁবাই
son-in-law residing in the house of his wife as a member of her family
- ঘৰ-জোঁৱাইghor-jo`~.waiCommon Noun
বিয়াৰ পাছত কণ্যাৰ গৃহত বাস কৰা লোক
a man living in the family into which he marries
- ঘৰ-দুবাৰNoun
কাঠ-বাঁহ আদিৰে সজা ঘৰ; ঘৰ-সংসাৰ।
- ঘৰ-দুৱাৰMaterial Noun
পৰিয়ালৰ আন সদস্যৰ লগত থকা ঘৰ বা গৃহ
A dwelling place together with the family or social unit that occupies it
- ঘৰ-দেবতিNoun
মানুহৰ ঘৰত থকা এজন দেবতা বা কালিকা [এওঁ ক'লা বৰণৰ আৰু এটা ল'ৰাৰ সমান; কেতিয়াবা ঘৰৰ মানুহৰ অমঙ্গল ঘটায় বুলি কয়।]
the tutelary god of the household
- ঘৰ-বাৰীMaterial Noun
পৰিয়ালৰ আন সদস্যৰ লগত থকা ঘৰ বা গৃহ
A dwelling place together with the family or social unit that occupies it
- ঘৰ-বিভীষণghor. bi.bhi.xonCommon Noun
নিজৰ দেশ আক্ৰমণ আৰু/বা দখল কৰা শত্ৰুৰ সৈতে মিত্ৰতা কৰি সহায় কৰা লোক; নিজৰ দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰি শত্ৰুক সহায় কৰা বা আদৰা লোক
a person who corporates with and helps an enemy that has taken control of his/her country
- ঘৰ-বেৰাNoun
শত্ৰু আদিয়ে ঘৰ আটক কৰা; অবৰোধ
siege; laying siege to a house
- ঘৰ-শালিকাghara-śālikāNoun
ঘৰৰ চালত বাহ লোবা কপিলা বৰণৰ মইনা জাতিৰ এবিধ চৰাই
the house maina