← ফুৰি যাওক

ঘ্ৰাণেন্দ্ৰিয়

ghrāṇendriẏa

অৰ্থ

1.

গোন্ধ লোবা অঙ্গ; নাক; নাসিকা

the organ of smell; the nose

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘ্ৰাণেন্দ্ৰিয় · অসমীয়া অভিধান